Kopahi

Kopahi

Gitanjali Das

Альбом: Kopahi
Длительность: 4:08
Год: 2023
Скачать MP3

Текст песни

কঁপাহী মোৰ আৱেগত
প্ৰেমৰ জোৱাৰ উঠে,
লাজতে দুগালত 
ৰঙা বেলি ফুটে, 
এই সঘনে দুচকুত
তোৰেই ছবি ভাহে,
সাৱটি লম বুকুতে
তোক মৰম কৰিবলে

চায় চায় চায় তোকে 
সময় উৰি যায়
তই তই তই কিয় 
বুজি পোৱা নাই,

আবেলি গধূলি
থমকি পদূলিত
ঘনে ঘনে ঘনে উমান লব'লৈ
ৰৈ ৰৈ থাকোঁ চায় ৷ 


শিৰে শিৰে শিপালি
হিয়াতে ঠাই ল'লিহি
নিগাজীকৈ সোমালি বুকুতে এ……

আলসুৱা মৰমবোৰ
তোলৈকে সাচিছোঁ
কাষতে পাই দিবলে তোক এ……

চায় চায় চায় তোকে 
সময় উৰি যায়
তই তই তই কিয় 
বুজি পোৱা নাই,

আবেলি গধূলি
থমকি পদূলিত
ঘনে ঘনে ঘনে উমান লব'লৈ
ৰৈ ৰৈ থাকোঁ চায়।


আধালিখা কাহিনীৰ
তইয়েতো জীৱনী
ভাবি ভাবি পাৰ হয় ৰাতি

বাগৰি বাগৰি
ভাৱনাবোৰ সামৰি
তোৰে সতে থাকিম উমলি

চায় চায় চায় তোকে 
সময় উৰি যায়
তই তই তই কিয় 
বুজি পোৱা নাই,

আবেলি গধূলি
থমকি পদূলিত
ঘনে ঘনে ঘনে উমান লব'লৈ
ৰৈ ৰৈ থাকোঁ চায়।