Monore Majote

Monore Majote

Sannidhya Bhuyan

Альбом: Monore Majote
Длительность: 2:59
Год: 2022
Скачать MP3

Текст песни

মনৰে মাজতে কি কথা পাতা?
মাতোঁ মাতোঁ বুলি কিয় নামাতা?
লাজুকী হাঁহিয়ে কয় বহুকথা
তুমি বুজি পালা হিয়াৰে বেথা
মনৰে মাজতে কি কথা পাতা?
মাতোঁ মাতোঁ বুলি কিয় নামাতা?
লাজুকী হাঁহিয়ে কয় বহুকথা
তুমি বুজি পালা হিয়াৰে বেথা
গোপনে—গোপনে গোপন বহুকথা
যেন বুজি পালা মনৰ সৰলতা
মদিৰ নয়নী, তুমি আশালতা
তুমিয়ে বুজালা প্ৰেমৰ মধুৰতা
মদিৰ নয়না প্ৰেমৰ কাজলসনা
দিঠকে—সপোনে ভাহি ৰয়
তুমি অবিহনে দুখী—আকুল মনে
দিব জানো পাৰে পৰিচয়!
হিয়াৰে ভাঁজতে গোপনে ৰখা
এটি আধৰুৱা গীতৰে কথা
তোমাৰ চাৱনিয়ে দিলে ভাষা
তুমি উজলালা মনৰে আশা
হিয়াৰে ভাঁজতে গোপনে ৰখা
এটি আধৰুৱা গীতৰে কথা
তোমাৰ চাৱনিয়ে দিলে ভাষা
তুমি উজলালা মনৰে আশা
গোপনে—গোপনে গোপন বহুকথা
যেন বুজি পালা মনৰ সৰলতা
মদিৰ নয়নী, তুমি আশালতা
তুমিয়ে বুজালা প্ৰেমৰ মধুৰতা
মদিৰ নয়না প্ৰেমৰ কাজলসনা
দিঠকে—সপোনে ভাহি ৰয়
তুমি অবিহনে দুখী—আকুল মনে
দিব জানো পাৰে পৰিচয়!