Kar Agomon
Shankuraj Konwar
4:57মোৰ অনুৰোধ তোমালৈ বৰষা তুমি অনুপম অনুৰাগ আশা মোৰ অনুৰোধ তোমালৈ বৰষা তুমি অনুপম অনুৰাগ আশা আনিবা মোলৈ সুৰৰ সোপান মৰমে উপচা বহু বেলা ক'বাগৈ মোৰ প্ৰেয়সীক সেই জিল মিল সন্ধিয়াৰ স্মৃতি ৰেখা মোৰ অনুৰোধ তোমালৈ বৰষা তুলি ললো এই পত্ৰ প্ৰেয়সিৰ হৃদয় সফুৰা খুলি আকৌ এবাৰ তিতিব বিচাৰো প্ৰনয় বিয়াকুল ৰাতি তুলি ললো এই পত্ৰ প্ৰেয়সিৰ হৃদয় সফুৰা খুলি আকৌ এবাৰ তিতিব বিচাৰো প্ৰনয় বিয়াকুল ৰাতি আনিবা মোলৈ সুৰৰ সোপান মৰমে উপচা বহু বেলা ক'বাগৈ মোৰ প্ৰেয়সীক সেই জিল মিল সন্ধিয়াৰ স্মৃতি ৰেখা মোৰ অনুৰোধ তোমালৈ বৰষা আহিবা আকৌ সেই বাতেৰে সজাবা সুৰৰ মেলা অনুভৱ মোৰ তুমি অপৰুপা প্ৰেৰনাযৰ চিত্ৰলেখা আহিবা আকৌ সেই বাতেৰে সজাবা সুৰৰ মেলা অনুভৱ মোৰ তুমি অপৰুপা প্ৰেৰনাযৰ চিত্ৰলেখা