Meghar Jolonga

Meghar Jolonga

Various Artist

Альбом: Ahetuk
Длительность: 3:26
Год: 2014
Скачать MP3

Текст песни

মেঘৰ জোলোঙা, পূৰ্ণিমাৰে চন্দ্ৰমা
জাৰত হাৰত হাৰে ঠৰঙা
আপং এচুঙা, জ্বলি উঠে দুটি গা
জ্বলে মনৰ হাবি লঠঙা

গভীৰ বননিত সোমায় চিকাৰী
আঙুলিত খুপি খুপি খোপনি
কাঁড়ে হালি যায়, পৰে লুটি খাই
ঠেঙুলিত ঘৰ সজা পখী

মেঘৰ জোলোঙা, পূৰ্ণিমাৰে চন্দ্ৰমা
জাৰত হাৰত হাৰে ঠৰঙা
আপং এচুঙা, জ্বলি উঠে দুটি গা
জ্বলে মনৰ হাবি লঠঙা

গভীৰ বননিত সোমায় চিকাৰী
আঙুলিত খুপি খুপি খোপনি
কাঁড়ে হালি যায়, পৰে লুটি খাই
ঠেঙুলিত ঘৰ সজা পখী

মেঘৰ জোলোঙা, পূৰ্ণিমাৰে চন্দ্ৰমা
জাৰত হাৰত হাৰে ঠৰঙা

আঁউসী, চাপি নাহিবি
বাউসিত দেহ তোৰে নথ'বি
নাহিবি, ঐ, বোৱঁতী নৈ
নমতাকৈ আলহী হৈ

ৰাতিৰ চাপৰি তিয়াই নাযাবি
পুৱতিৰ হাল হ'ব ক্ষতি
শুকান জাৰণিত, ঐ, ইমান পোৰণি
অগনিত জাহ যাব শৰীৰ

মেঘৰ জোলোঙা, পূৰ্ণিমাৰে চন্দ্ৰমা
জাৰত হাৰত হাৰে ঠৰঙা
আপং এচুঙা, জ্বলি উঠে দুটি গা
জ্বলে মনৰ হাবি লঠঙা

মেঘৰ জোলোঙা, পূৰ্ণিমাৰে চন্দ্ৰমা
জাৰত হাৰত হাৰে ঠৰঙা
আপং এচুঙা, জ্বলি উঠে দুটি গা
জ্বলে মনৰ হাবি লঠঙা