Pamne Moi Ghurai

Pamne Moi Ghurai

Zubeen Garg

Длительность: 4:12
Год: 2019
Скачать MP3

Текст песни

পামনে মই ঘূৰাই
আকৌ এবাৰ জীৱনত
দেউতাৰ চকুতে চাই হোৱা সেই ছবি
হিয়াৰ আমঠু
ভাবি থান বাণ হলে
জিৰণি লবলে লাগে চাগে এখনি বুকু
এতিয়াও দেহত লাগি আছে সুবাস
দুখনি হাতৰ উমাল পৰশ
কিয় জানো হঠাতে দিঠক হল সপোন
কাষতে থাকিও নোপোৱাৰ বেদনা
সমুখত দেখিও নেদেখাৰ যাতনা
কোনেনো বুজিব কাৰ বুকু একা দিব

পামনে মই ঘূৰাই
আকৌ এবাৰ জীৱনত
দেউতাৰ চকুত চাই হোৱা সেই ছবি