Rodali Tumi
Zubeen Garg
4:25বালিমাহীত এখোজ দুখোজ অসীমলে তোমাৰ স'তে মৰম আবেলিটি পাৰ হল।। সেন্দুৰীয়া আকাশে যেন সানিলেহি প্ৰেমৰ পাহিত ৰাঙলী মদাৰৰ মিঠা বোল।। ধীৰে ধীৰে দুখনি হিয়া এখন,, হ'ব খোজে পাহৰি পৃথিৱীখন,, ধীৰে ধীৰে দুখনি হিয়া এখন,, হ'ব খোজে পাহৰি পৃথিৱীখন,, এই মৰম থাকিব জনম-জনম,,, বালিমাহীত এখোজ দুখোজ হৃদয়তে নামিছে পলকতে,, একাঁজলি ৰদ হৈ তোমাৰ মৰম... অ'... তোমাৰে অধীন মোৰ হিয়াখন... প্ৰাণে প্ৰাণে মাথো মোৰ তোমাৰ বৰণ... ধীৰে ধীৰে দুখনি হিয়া এখন,, হব খোজে পাহৰি পৃথিৱীখন,, ধীৰে ধীৰে দুখনি হিয়া এখন,, হব খোজে পাহৰি পৃথিৱীখন,, এই মৰম থাকিব জনম-জনম... চন্দ্ৰ, তৰা আকাশৰে শুৱনি... মন সৰগৰ তুমি অভিসাৰিনী... তুমি নিভাজ হিয়াৰ শিহৰণ... ধীৰে ধীৰে দুখনি হিয়া এখন,, হ'ব খোজে পাহৰি পৃথিৱীখন,, ধীৰে ধীৰে দুখনি হিয়া এখন,, হ'ব খোজে পাহৰি পৃথিৱীখন,, এই মৰম থাকিব জনম-জনম...