Notice: file_put_contents(): Write of 628 bytes failed with errno=28 No space left on device in /www/wwwroot/muzbon.net/system/url_helper.php on line 265
Lakhinandan Lahon - Dusoku | Скачать MP3 бесплатно
Dusoku

Dusoku

Lakhinandan Lahon

Альбом: Dusoku
Длительность: 3:49
Год: 2022
Скачать MP3

Текст песни

দুচকু তুলি চুৱানা উভতি
কি মৰম ভালপোৱা
দুবাহু মেলি লোৱানা সাৱটি
যি হেঁপাহ আধৰুৱা।

প্ৰতিদিন প্ৰতিক্ষণ তোমাৰেই
ছায়া হৈ ৰব খোজো
প্ৰতিবাৰ উশাহত তোমাকেই
আজীৱন পাব খোজো।

দুচকু তুলি চোৱানা উভতি
কি মৰম ভালপোৱা
দুবাহু মেলি লোৱানা সাবতি
যি হেঁপাহ আধৰুৱা।

ৰৈ আছো চোৱা উজাৰি হিয়া
চিনাকি বাটে তুমি যোৱা
আদৰি লোৱা সামৰি থোৱা
মোৰে পৰিচয় তুমি হোৱা।

বাচি থলোঁ হৃদয়তে তুমি একো নজনাকে
মানি ললোঁ একেবাৰে
তুমিয়েই মোৰ সকলোতে।

নেজানো তোমাতে কি আছে
আজিও কলিজা কঁপে
নুবুজো তোমাতে কি আছে
অভিমান বুকুতে গলে।

দুচকু তুলি চোৱানা উভতি
কি মৰম ভালপোৱা
দুবাহু মেলি লোৱানা সাৱটি
যি হেঁপাহ আধৰুৱা।