Bisari Aant

Bisari Aant

Rupam Bhuyan

Альбом: Bisari Aant
Длительность: 3:31
Год: 2015
Скачать MP3

Текст песни

বিছাৰি আঁত হেৰোৱা বাঁত
এষাৰি মাত পালো তোমাত
তুমি পোহৰ
তুমি প্ৰভাত।

বিছাৰি আঁত হেৰোৱা বাঁত
এষাৰি মাত পালো তোমাত
তুমি জীৱন
তুমি সুবাস।

তুমি অহা বাবেই পলাশ চহৰতো ফুলিছে।
তুমি অহা বাবেই উদাস মনত শাওন নামিছে।

তুমি অহা বাবেই পলাশ চহৰতো ফুলিছে।
তুমি অহা বাবেই উদাস মনত শাওন নামিছে।

বিছাৰি আঁত হেৰোৱা বাঁত
এষাৰি মাত পালো তোমাত
তুমি পোহৰ
তুমি প্ৰভাত।

বিছাৰি আঁত হেৰোৱা বাঁত
এষাৰি মাত পালো তোমাত
তুমি জীৱন
তুমি সুবাস।

তুমি গতিৰ সতে মোৰ প্ৰথম পৰিচয়।
তুমি নদীৰ সতে মোৰ প্ৰথম পৰিনয়।

মই কৈ দিও
যদি তুমি গুচি যোৱা
মই ৰৈ দিম
যদি তুমি বুজি পোৱা, ভালপোৱা
মোৰ ভালপোৱা।

তুমি গতিৰ সতে মোৰ প্ৰথম পৰিচয়।
তুমি নদীৰ সতে মোৰ প্ৰথম পৰিনয়।

ঢৌৱে ঢৌৱে আগুৱাই মোৰ হাবিয়াস
তুলুঙা নাওত
প্ৰেৰণা তুমি।

বিছাৰি আঁত হেৰোৱা বাঁত
এষাৰি মাত পালো তোমাত
তুমি পোহৰ
তুমি প্ৰভাত।

বিছাৰি আঁত হেৰোৱা বাঁত
এষাৰি মাত পালো তোমাত
তুমি জীৱন
তুমি সুবাস।