Notice: file_put_contents(): Write of 628 bytes failed with errno=28 No space left on device in /www/wwwroot/muzbon.net/system/url_helper.php on line 265
Sannidhya Bhuyan - Nayana | Скачать MP3 бесплатно
Nayana

Nayana

Sannidhya Bhuyan

Альбом: Nayana
Длительность: 3:16
Год: 2022
Скачать MP3

Текст песни

চঞ্চলা—চাৱনিৰ ভাষা মই বুজি পাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
তোৰ ছবিটি আঁকি হিয়াখন পাতলাওঁ
তোক কইনাৰ সাজেৰে সাজি হিয়া—মন জুৰাওঁ
অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
অ', মোৰে নয়না, নৈৰে ঘাটলে' যাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
অ', মোৰে নয়না, নৈৰে ঘাটলে' যাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
কাজলসনা, অ', তোৰে দুচকুত দেখোঁ চেনেহৰে ছাঁ
অ', সৰলমনা, অ', তোৰে মুখনিৰ কিনো দিমে উপমা!
অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
অ', মোৰে নয়না, নৈৰে ঘাটলে' যাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
পানী অনা ঘাটতে মই জুমি জুমি চাওঁ