Bohagi 2.0 (Feat. Jontro)
Triv, Nihar Kashyap, & Jupitara
3:02উৰুঙা বুকুখনি, উকা এই বিহুৰ তলি তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি মাতে মোক পথাৰখনে, নদী—ঘাটৰ কথাবোৰে চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে উৰুঙা বুকুখনি, উকা এই বিহুৰ তলি তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি মাতে মোক পথাৰখনে, নদী—ঘাটৰ কথাবোৰে চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে (বিহু—বিহু)