Notice: file_put_contents(): Write of 648 bytes failed with errno=28 No space left on device in /www/wwwroot/muzbon.net/system/url_helper.php on line 265
Whilewewonder - Xewali (Reprise) | Скачать MP3 бесплатно
Xewali (Reprise)

Xewali (Reprise)

Whilewewonder

Альбом: Xewali (Reprise)
Длительность: 3:23
Год: 2022
Скачать MP3

Текст песни

এটা চিৰযুগমীয়া কবিতাৰ প্ৰাণ, তুমি
আধালিখা বেদনাৰ গান, তুমি
ল'ৰালি কালৰ পখিলাৰ ৰংখিনি
ক'লৈ যোৱা মোৰ জীৱনত সিঁচি?
আহিবা জানো দেহা, লৈ শৰতৰ শেৱালী?

কুলিৰ মতত কৈও সলানু কি?
তোমাৰ হাঁহি তোমাৰ হাঁহি
নিয়ৰৰ টোপালেও কৰে ভেনুচালি
তোমাৰ বাবে হেপাহে দে বাদসাও বুলি
শুকুলা প্ৰতি শ্ৰুতি মুৰাহাৰ প্ৰজাহাজী
তুমি আহিলে হৈ শেৱালী হৰতৰ দৰে বুকুত হাশিম
আহিবা জানো দেহা লৈ শৰতৰ শেৱালী?
আহিবা জানো দেহা লৈ শৰতৰ শেৱালী?
Hmm